ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলাৰ আঞ্চলিক কমিটি গঠন কৰা হয়৷

 


আজি ১৭/১০/২০২০ তাৰিখ শনিবাৰে বাৰে দিনৰ ২বজাত হোজাই জিলাৰ অধিনস্ত লংকাজান বজাৰ ত ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা ৰ উদ্যোগত ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা লংকাজান আঞ্চলিক কমিটি গঠন কৰা হয়৷  হাফিজ ফখৰ উদ্দিন চাঃ (সভাপতি)মৌঃআজহাৰুল হক চাঃ(সাধাৰণ সম্পাদক) ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা লংকাজান আঞ্চলিক।


জিলা কমিটিৰ হৈ উপস্থিত থাকে ক্ৰমে


মৌঃ আজহাৰুল ইচলাম (সভাপতি)

মৌঃ আঃ ৰৌফ (সাধাৰণ সম্পাদক)

মৌঃ আশ্ৰাফুল কৰিম (মুখ্য প্ৰচাৰ সম্পাদক)

মন্তব্যসমূহ