কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা ৰ উদ্যোগত হোজাই জিলাৰ অধিনস্ত বৰ দলং আঞ্চলিক কমিটি গঠন কৰি লগতে সৰ্ব ভাৰতীয় জমিয়ত উলামা হিন্দ অসমৰ সন্মানীয় সভাপতি,সদৌ অসম তালিমি তৰক্কি বৌডৰ সভাপতি, নিস্বাৰ্থ ৰাইজৰ সেৱাক মৌলানা মুস্তাক আনফৰ চাহাব ও তেওঁৰ পৰিয়ালৰ সদস্য কেইবাগৰাকী কৰো'না ভাইৰাছ আক্ৰান্ত হৈছে তেখেতৰ আশু আৰোগ্য কামনা কৰি দোৱা কৰা হয়৷
উপস্থিত থাকে সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা ৰ হৈ
মৌঃআজহাৰুল ইচলাম (সভাপতি)
মৌঃআঃৰৌফ ( সম্পাদক)
মৌঃ অলিউৰ ৰহমান (উপ সভাপতি)
মৌঃমনুৱৰ হুছাইন (উপ সভাপতি)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন