ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলাৰ উদ্যোগত হোজাই জিলা ৰ অধিনস্ত ফৰমাৰ পাৰ ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা আঞ্চলিক কমিটি গঠন কৰা হয়৷


 আজি ১৮/১০/২০২০ তাৰিখ ৰবি বাৰে ৰাতিপুৱা ১০ বজাত  ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলাৰ উদ্যোগত হোজাই জিলা ৰ অধিনস্ত  ফৰমাৰ পাৰ ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা আঞ্চলিক কমিটি গঠন কৰা হয়৷উক্ত সভাত  মৌঃ আঃমুকিত চাঃ ক ( সভাপতি)

আৰু মৌঃ ইদ্ৰিছ আলী চাঃ ক (সাধাৰণ সম্পাদক ) নিৰ্বাচিত কৰে উক্ত সভাত

জিলা কমিটিৰ হৈ উপস্থিত থাকে ক্ৰমে

মৌঃ আজহাৰুল ইচলাম (সভাপতি)

মৌঃ অলিউৰ ৰহমান  উপ সভাপতি

মৌঃ মনুৱৰ হুচাইন উপ সভাপতি

মৌঃ আঃ ৰৌফ সাধাৰণ সম্পাদক

আৰু সহযোগি সদস্য বৃন্দ সকল উপস্থিত থাকে ।

মন্তব্যসমূহ