দোৱাৰ বাবে আবেদন


 সকলো অসমবাসী ৰাইজলৈ দোৱাৰ আবেদন 

আচ্ছালামু আলাইকুম ওৰাহমাতুল্লাহ

বৰ আক্ষেপৰ সৈতে জনাব বিছাৰিছো যে, অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি  তথা জমিয়ত তালিমী তৰক্কী বৰ্ডৰ মুৰব্বী জনাব হজৰত মৌলানা মুস্তাক আনফৰ চাহাব ও তেখেতৰ পৰিয়ালবৰ্গৰ কেবাজনো ব্যক্তি ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

গতিকে  সদৌ অসম তালিমি তৰক্কী বৰ্ডৰ তৰফৰ পৰা সমূহ অসমবাসী তথা বিশেষ কৈ সকলো মছজিদ-মাদ্ৰাছাৰ শিক্ষক-ইমাম চাহাব সকলে আৰোগ্য লাভৰ বাবে মহান ওচৰত দোৱা কৰিবলৈ আহ্বান জনোৱা হল । 

         বিনিত 

আহমেদ হুছাইন কাছিমী। 

খাদিম , 

           ওক্ত বৰ্ড।

মন্তব্যসমূহ