আচ্ছালামু আলাই কুম
আজি ২১/১০/২০২০ তাৰিখ বুধবাৰ দিনৰ ১:৩০ বজাত সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা ৰ উদ্যোগত হোজাই জিলাৰ অধিনস্ত বৰ দলং আঞ্চলিক কমিটি গঠন কৰা হয়৷ আৰু সৰ্ব সন্মতি ক্ৰমে #মৌঃআলিম উদ্দিন (সভাপতি)#মৌঃতৌফিকুৰ ৰহমান (সাধাৰণ সম্পাদক)ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা বৰ দলং আঞ্চলিক কমিটিৰ নিৰ্বাচিত কৰে ।
উক্ত সভাত জিলা কমিটিৰ হৈ উপস্থিত থাকে ক্ৰমে
মৌঃআজহাৰুল ইচলাম (সভাপতি)
মৌঃ আঃ ৰৌফ (সাধাৰণ সম্পাদক)
মৌঃ অলিউৰ ৰহমান (উপ সভাপতি)
মৌঃ মনুৱৰ হুছাইন (উপ সভাপতি) ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা
আৰু আঞ্চলিক সভাপতি ও সদস্য বৃন্দ সকল উপস্থিত থাকে । ধন্যবাদ

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন