মুনা খালি সকলো বিক্ৰি কৰিলো ।
জমা টকাৰে ফটকা ফুটাই দাৰি চুলি ৰাখিলো । আনক কৈ কৈ চাফাই অভিযান কৰিলো । এতিয়া খিদাত মৃত্যু ৰ কৰিলি দেখিলো । নালাগে সপোন নালাগে আপোন লাগে অকল জীৱন ৰক্ষা ৰ এমুঠি অন্ন । হাই হাই কি ভুল কৰিলো আবেগিক হৈ ঋনৰ বুজা লৈ ঘৰ ৱাপচি কৰিলো ।
আকৌ আহিলে কি যে কৰিম কব নোৱাৰো । নিদিলে ভাল ঘৰত থাকিব । নহলে হয়তো কাজিয়া লগাই বাহিৰত যাব লাগিব ।


মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন