সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা


 আজি ইং27/10/2020 তাৰিখ মঙ্গলবাৰে  সদৌ অসম ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা কমিটিৰ উদ্যোগত হোজাই জিলাৰ অন্তৰ্গত অকচেক পথাৰ আঞ্চলিক কমিটি গঠন কৰা হয়৷ উক্ত সভাত (সভাপতি হিচাপে )মৌঃ আঃকাদিৰ চাঃক সৰ্ব সন্মতি ক্ৰমে নিৰ্বাচিত কৰে আৰু হজৰত মৌ মুফতি চালমান আহমেদ চাঃ ক ( সাধাৰণ সম্পাদক) হিচাপে সৰ্ব সন্মতি ক্ৰমে  নিৰ্বাচিত কৰে লগতে জিলা কমিটিৰ হৈ উপস্থিত থাকে ক্ৰমে

মৌঃ আঃৰৌফ (সাধাৰণ সম্পাদক)

মৌঃমনুৱৰ হুচাইন (উপ সভাপতি)

মৌঃলুতফুৰ ৰহমান (উপ সভাপতি)

আৰু জিলা কমিটিৰ  বিষয়ববীয়া সকল উপস্থিত আছিল । ধন্যবাদ

মন্তব্যসমূহ