আচ্ছালামু আলাই কুম
আজি ৬/১০/২০২০ তাৰিখ মঙ্গলবাৰে ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলা কমিটিৰ তৰফৰ পৰা নখুটি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ principal সন্মানীয় নুৰুল ইচলাম চাহাবৰ সহযোগিতাত আৰু ক্বৌমী মাদ্ৰাছা ছাত্ৰ সন্থা হোজাই জিলাৰ সভাপতি মৌঃআজহাৰুল ইচলাম,উপ সভাপতি মৌঃশ্বফিকুল ইচলাম চাহবৰ উপস্থিত নখুটি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাস্ক বিতৰণ কৰা হয়৷ (ধন্যবাদ )

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন